-
এটা if-else (যদি-অন্যথা) বাক্য হʼল এটা নিৰ্ধাৰণ, দুটা বস্তুৰ মাজত।
যেনে ধৰা, যদি (IF) স্ক্ৰেৎ নামৰ কেৰ্কেতুৱাটোয়ে
-
কাঠফলটো বিচাৰি পায়, তেন্তে তাৰ বৰ ফুৰ্তি। অন্যথা (ELSE) সি
দুঃখী, আৰু বিচাৰি থাকে। এতিয়া চাওঁ আহা কেনেকৈ
-
আমি এটা if-else (যদি-অন্যথা) বাক্য ব্যৱহাৰ কৰিব পাৰো আমাৰ বন্ধু
স্ক্ৰেতৰ লগত। এই block (খণ্ড)-টো "if" (যদি) block-টোৰ নিচিনা একেই দেখিবলৈ
-
কিন্তু ইয়াৰ তলৰ পিনত এটা অতিৰিক্ত অংশ আছে
যত "else" (অন্যথা) লিখা আছে। মই যদি এটা "move forward" (যা আগলৈ)
-
block লগাওঁ যত লিখা আছে "do" (কৰ) আৰু এটা "turn left" (ঘূৰ বাওঁপিনে)
block যত লিখা আছে "else" (অন্যথা), তাৰ মানে স্ক্ৰেৎ
-
কেৰ্কেতুৱায়ে আগলৈ যাব যদি আগলৈ পথ ("path ahead")
আছে। যদি আগলৈ পথ ("path ahead") নায়,
-
স্ক্ৰেতে বাওঁপিনে ঘূৰিব ("turn left")। সি নিৰ্ধাৰণ এটা কৰিছে
আৰু দুয়োটা কামৰ ভিতৰত এটা কৰিছে সেই নিৰ্ধাৰণৰ
-
ভিত্তিত। আৰু ঠিক "if" (যদি) block-ৰ নিচিনাকৈ,
"repeat" (বাৰম্বাৰ কৰ) block-ৰ ভিতৰতো "if-else" block বোৰক
-
থব পাৰা। এতিয়া স্ক্ৰেৎ কেৰ্কেতোৱাটোক সহায় কৰো বোলা,
কাথফলটো পাবলৈ!