0:00:00.329,0:00:06.040 এটা if-else (যদি-অন্যথা) বাক্য হʼল এটা নিৰ্ধাৰণ, দুটা বস্তুৰ মাজত।[br]যেনে ধৰা, যদি (IF) স্ক্ৰেৎ নামৰ কেৰ্কেতুৱাটোয়ে 0:00:06.040,0:00:11.880 কাঠফলটো বিচাৰি পায়, তেন্তে তাৰ বৰ ফুৰ্তি। অন্যথা (ELSE) সি[br]দুঃখী, আৰু বিচাৰি থাকে। এতিয়া চাওঁ আহা কেনেকৈ 0:00:11.880,0:00:17.160 আমি এটা if-else (যদি-অন্যথা) বাক্য ব্যৱহাৰ কৰিব পাৰো আমাৰ বন্ধু[br]স্ক্ৰেতৰ লগত। এই block (খণ্ড)-টো "if" (যদি) block-টোৰ নিচিনা একেই দেখিবলৈ 0:00:17.160,0:00:22.220 কিন্তু ইয়াৰ তলৰ পিনত এটা অতিৰিক্ত অংশ আছে[br]যত "else" (অন্যথা) লিখা আছে। মই যদি এটা "move forward" (যা আগলৈ) 0:00:22.220,0:00:27.359 block লগাওঁ যত লিখা আছে "do" (কৰ) আৰু এটা "turn left" (ঘূৰ বাওঁপিনে)[br]block যত লিখা আছে "else" (অন্যথা), তাৰ মানে স্ক্ৰেৎ 0:00:27.359,0:00:31.710 কেৰ্কেতুৱায়ে আগলৈ যাব যদি আগলৈ পথ ("path ahead")[br]আছে। যদি আগলৈ পথ ("path ahead") নায়, 0:00:31.710,0:00:37.490 স্ক্ৰেতে বাওঁপিনে ঘূৰিব ("turn left")। সি নিৰ্ধাৰণ এটা কৰিছে[br]আৰু দুয়োটা কামৰ ভিতৰত এটা কৰিছে সেই নিৰ্ধাৰণৰ 0:00:37.490,0:00:42.360 ভিত্তিত। আৰু ঠিক "if" (যদি) block-ৰ নিচিনাকৈ,[br]"repeat" (বাৰম্বাৰ কৰ) block-ৰ ভিতৰতো "if-else" block বোৰক 0:00:42.360,0:00:46.160 থব পাৰা। এতিয়া স্ক্ৰেৎ কেৰ্কেতোৱাটোক সহায় কৰো বোলা,[br]কাথফলটো পাবলৈ!