0:00:06.060,0:00:11.590 তুমি কোন শ্ৰেণীত পঢ়া? দ্বিতীয়। দশম শ্ৰেণীত[br]প্ৰথম শ্ৰেণীত! মই অষ্টম শ্ৰেণীত আছিলো যেতিয়া 0:00:11.590,0:00:17.890 মই প্ৰগ্ৰেম কৰিবলৈ শিকিলো। মই ষষ্ঠ শ্ৰেণীত আ্ছিলো যেতিয়া[br]প্ৰথম কম্পিউটাৰটো পালো। মই বৰ উৎসাহ পাওঁ 0:00:17.890,0:00:22.820 ৰাইজৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষমতাৰ বাৱে।[br]আত্মপ্ৰকাশ কৰিব পাৰে। বস্তু সাজিব পাৰে 0:00:22.820,0:00:28.300 কিবা এটা বুদ্ধিৰ পৰা। পৰিকলন বিজ্ঞান হʼল বহুতো[br]কথাৰে ভিত্তি যিবোৰ মহাবিদ্যালয়ৰ বিদ্যাৰ্থীবোৰে 0:00:28.300,0:00:32.940 আৰু বৃত্তিধাৰীয়ে অহা ২০ বা ৩০ বচৰ মান লৈকে[br]কৰিব। প্ৰগ্ৰেম কৰিব ভাল পাওঁ কাৰণ মই 0:00:32.940,0:00:38.650 আনক সহায় কৰি ভাল পাওঁ। মই মানুহৰ জীৱন[br]উজু কৰাৰ বাৱে কিবা বনাব পৰাৰ সুয়োগ 0:00:38.650,0:00:42.640 পাওঁ। মই ভাৱো ই এটা অলৌকিক শক্তি[br]থাকাৰ প্ৰায় সমানেই। আৰম্ভ কৰাতো 0:00:42.640,0:00:49.340 আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। মোৰ কাৰণেও এই কথাখিনি একেবাৰেই নতুন,[br]আৰু মই বিচাৰো যে আমি একেলগে শিকোঁ। নমস্কাৰ, মোৰ নাম 0:00:49.340,0:00:53.250 লিন্ডচি। মহাবিদ্যালয়ত মুখ্য ভাৱে নাট্যশালাৰ অধ্যয়ন কৰিলো[br]কিন্তু লগতে পৰিকলন বিজ্ঞানৰ অধ্যয়নতো গুৰুত্ব দিছিলো। আৰু 0:00:53.250,0:00:59.780 এতিয়া মই মডেলিঙ (modeling) কৰো, অভিনয় কৰো, আৰু নিজৰ প্ৰগ্ৰেমো লিখো। আহাঁ[br]আমি প্ৰগ্ৰেম ব্যৱহাৰ কৰি আন্না আৰু এল্ছা দুয়োকে লগ দিওঁ বৰফৰ যাদু আৰু সৌন্দৰ্য্য 0:00:59.780,0:01:04.849 বিচৰা সিহঁতৰ অভিযানত। তুমি বৰফ কনিকা আৰু[br]কিছু চানেকি সাজিবা বৰফৰ উপৰত স্কেট কৰোতে আৰু 0:01:04.849,0:01:09.830 বৰফময় সপোনৰাজ্য এটা সাজিবা যাক তুমি বনোৱাৰ পাছত[br]বন্ধু-বান্ধৱ সকলোকে দেখুৱাব পাৰিবা। অহা ঘন্টাটোত, 0:01:09.830,0:01:14.450 তুমি প্ৰগ্ৰেম লিখাৰ মূল কথাখিনি শিকিবা যাক কʼড বুলিও[br]কয়। সাধাৰণতে প্ৰ্গ্ৰেম বোৰ কেৱল আখৰৰে লিখা হয় 0:01:14.450,0:01:19.710 কিন্তু আমি ব্লকলি (Blockly) ব্যৱহাৰ কৰিম, যিয়ে মানচিত্ৰ ৰূপী খণ্ড কিছু (blocks)[br]ব্যৱহাৰ কৰে যাক তুমি প্ৰগ্ৰেম লিখাৰ বাৱে টানি আনি পেলাব (drag-and-drop কৰিব) 0:01:19.710,0:01:25.119 পাৰা। বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীবোৰেও এনে ভাৱেই[br]মূল কথাখিনি শিকে। এইবোৰ ভিতৰত, তুমি আচলতে 0:01:25.119,0:01:30.020 কʼডেই সাজি আছা। যি সংকল্পনা বোৰ শিকিবা[br]সেইবোৰ কম্পিউটাৰ প্ৰ্গ্ৰেম লিখক বোৰে দৈনন্দিন 0:01:30.020,0:01:36.439 ব্যৱহাৰ কৰে আৰু এইবোৰ পৰিকলন বিজ্ঞানৰ[br]আধাৰ। প্ৰগ্ৰেম হʼল নিৰ্দেশ কেইটামানৰ এটা সংগ্ৰহ 0:01:36.439,0:01:42.130 যিয়ে কম্পিউটাৰক কি কৰিব লাগে কৈ দিয়ে। আহাঁ[br]এটা কʼড বা প্ৰগ্ৰেম লিখোঁ যিয়ে এল্ছাক সহজ ৰেখা 0:01:42.130,0:01:48.999 এটা সাজিবলৈ সহায় কৰিব। আৰু জটিল চানেকি বনোৱাৰ বাৱে[br]আমি এইটো পিছত ব্যৱহাৰ কৰিম। তোমাৰ স্ক্ৰীন খনক 0:01:48.999,0:01:55.329 তিনিটা প্ৰধাণ ভাগলৈ ভাঙা হৈছে। বাওঁফালে আছে[br]বৰফৰ উপৰণিখন যত তুমি তোমাৰ প্ৰগ্ৰেমটো চলাবা। 0:01:55.329,0:02:00.670 প্ৰত্যেক স্তৰৰ নিৰ্দেশ বোৰ উপৰণি খনৰ ঠিক[br]তলত লিখা আছে। এই মাজৰ ভাগটো 0:02:00.670,0:02:06.670 হʼল সঁজুলি বাকচ (toolbox), আৰু প্ৰত্যেকটো ব্লক হৈছে[br]এটা কাৰ্য যোনটো এল্ছা আৰু আন্নায়ে কৰিব পাৰে। সোঁফালে 0:02:06.670,0:02:11.569 বগা ঠাই খিনি হʼল কাৰ্যস্থান (workspace),[br]আৰু ইয়াতে আমি আমাৰ প্ৰগ্ৰেমটো বনাম। 0:02:11.569,0:02:16.780 বৰফৰ উপৰণিখনত ইফাল-সিফাল কৰাৰ কাৰণে, "Move Forward"[br](যা আগলৈ) ব্লকটো ব্যৱহাৰ কৰিবা। ইয়াতে, "Move 0:02:16.780,0:02:23.780 Forward" ব্লকটোত লিখা আছে, "move forward by 100[br]pixels." আমি যেতিয়া ʼRun'-ত টিপি দিওঁ, কি হয়? 0:02:24.230,0:02:30.489 এল্ছায়ে স্ক্ৰীনত আগলৈ যায় এটা নিৰ্দিষ্ট পৰিমাণে,[br]১০০ পিক্ছেল প্ৰকৃততে! পিক্ছেল বোৰ মূলতে হʼল 0:02:30.489,0:02:35.849 তোমাৰ কম্পিউটাৰ স্ক্ৰীনৰ একেবাৰেই সৰু সৰু বৰ্গ।[br]এই সাঁথৰটোৰ ভিতৰৰ আন ব্লকটোত লিখা আছে 0:02:35.849,0:02:41.849 "turn right by 90 degrees." আৰু আমি যেতিয়া এই "Turn[br]Right" (ঘূৰ সোঁফালে) ব্লকটো ব্যৱহাৰ কৰো, ই এল্ছাক নিৰ্দিষ্ট 0:02:41.849,0:02:47.079 পৰিমাণে ঘূৰায়। তুমি অলপ চাব পাৰা এল্ছাক কিমান[br]পৰিমাণে ঘূৰাব বিছাৰা। ঘূৰাৰ মাত্ৰা (angle বা কোণ) 0:02:47.079,0:02:53.620 এল্ছাৰ আগপিনে যোৱা দিশৰ পৰা জোখা হয়। সেয়ে[br]এইটো এটা ৯০ ডিগ্ৰী পাক। আৰু এইটো এটা ১২০ 0:02:53.620,0:02:58.290 ডিগ্ৰী পাক। মনত ৰাখিবা, পিক্ছেল আৰু ডিগ্ৰীৰ পৰিমানখিনি[br]লগতে দিয়া শৰ কেইডালত ক্লিক কৰি 0:02:58.290,0:03:00.150 সলনি কৰিব পাৰা।