Assamese sottotitoli

← What Happens to Your Body After You Die?

Ottieni il codice di inserimento
70 Lingue

Mostrare Revisione 1 creata 10/06/2019 da Naushad_Ali.

  1. মৃত্যু বস্তুটোৱে বেয়া!
  2. কিন্তু আপুনি মৰাৰ পিছত আপোনাৰ শৰীৰৰ কি হয় সেয়া আমোদজনক।
  3. গতিকে আমি আপোনাক দেখুৱাবলৈ লৈছোঁ।
  4. চিন্তা নকৰিব, এয়া ঘিণলগা নহয়...ইমান এটা।
  5. যেতিয়া কোনো ব্যক্তিয়ে উষা লোৱা বন্ধ কৰে
  6. তেওঁৰ শৰীৰ কোষসমূহে অক্সিজেন পোৱা বন্ধ কৰে,
  7. কিন্তু কোষসমূহ ভালেমান সময় জীয়াই থাকে
  8. আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন কৰি থাকে।
  9. কাৰ্বন-ডাই-অক্সাইড হৈছে আম্লিক
  10. আৰু ই কোষসমূহৰ ভিতৰত ফুটি থকা মোনা সৃষ্টি কৰে।
  11. এই মোনাসমূহত পাচক ৰস থাকে
  12. যিয়ে কোষসমূহক ভিতৰৰ পৰা হজম কৰিবলৈ ধৰে।
  13. প্ৰায় এসপ্তাহৰ পিছত, সেই আহাৰসমূহ