Return to Video

Frozen - Hour of Code Introduction

  • 0:06 - 0:12
    তুমি কোন শ্ৰেণীত পঢ়া? দ্বিতীয়। দশম শ্ৰেণীত
    প্ৰথম শ্ৰেণীত! মই অষ্টম শ্ৰেণীত আছিলো যেতিয়া
  • 0:12 - 0:18
    মই প্ৰগ্ৰেম কৰিবলৈ শিকিলো। মই ষষ্ঠ শ্ৰেণীত আ্ছিলো যেতিয়া
    প্ৰথম কম্পিউটাৰটো পালো। মই বৰ উৎসাহ পাওঁ
  • 0:18 - 0:23
    ৰাইজৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষমতাৰ বাৱে।
    আত্মপ্ৰকাশ কৰিব পাৰে। বস্তু সাজিব পাৰে
  • 0:23 - 0:28
    কিবা এটা বুদ্ধিৰ পৰা। পৰিকলন বিজ্ঞান হʼল বহুতো
    কথাৰে ভিত্তি যিবোৰ মহাবিদ্যালয়ৰ বিদ্যাৰ্থীবোৰে
  • 0:28 - 0:33
    আৰু বৃত্তিধাৰীয়ে অহা ২০ বা ৩০ বচৰ মান লৈকে
    কৰিব। প্ৰগ্ৰেম কৰিব ভাল পাওঁ কাৰণ মই
  • 0:33 - 0:39
    আনক সহায় কৰি ভাল পাওঁ। মই মানুহৰ জীৱন
    উজু কৰাৰ বাৱে কিবা বনাব পৰাৰ সুয়োগ
  • 0:39 - 0:43
    পাওঁ। মই ভাৱো ই এটা অলৌকিক শক্তি
    থাকাৰ প্ৰায় সমানেই। আৰম্ভ কৰাতো
  • 0:43 - 0:49
    আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। মোৰ কাৰণেও এই কথাখিনি একেবাৰেই নতুন,
    আৰু মই বিচাৰো যে আমি একেলগে শিকোঁ। নমস্কাৰ, মোৰ নাম
  • 0:49 - 0:53
    লিন্ডচি। মহাবিদ্যালয়ত মুখ্য ভাৱে নাট্যশালাৰ অধ্যয়ন কৰিলো
    কিন্তু লগতে পৰিকলন বিজ্ঞানৰ অধ্যয়নতো গুৰুত্ব দিছিলো। আৰু
  • 0:53 - 1:00
    এতিয়া মই মডেলিঙ (modeling) কৰো, অভিনয় কৰো, আৰু নিজৰ প্ৰগ্ৰেমো লিখো। আহাঁ
    আমি প্ৰগ্ৰেম ব্যৱহাৰ কৰি আন্না আৰু এল্ছা দুয়োকে লগ দিওঁ বৰফৰ যাদু আৰু সৌন্দৰ্য্য
  • 1:00 - 1:05
    বিচৰা সিহঁতৰ অভিযানত। তুমি বৰফ কনিকা আৰু
    কিছু চানেকি সাজিবা বৰফৰ উপৰত স্কেট কৰোতে আৰু
  • 1:05 - 1:10
    বৰফময় সপোনৰাজ্য এটা সাজিবা যাক তুমি বনোৱাৰ পাছত
    বন্ধু-বান্ধৱ সকলোকে দেখুৱাব পাৰিবা। অহা ঘন্টাটোত,
  • 1:10 - 1:14
    তুমি প্ৰগ্ৰেম লিখাৰ মূল কথাখিনি শিকিবা যাক কʼড বুলিও
    কয়। সাধাৰণতে প্ৰ্গ্ৰেম বোৰ কেৱল আখৰৰে লিখা হয়
  • 1:14 - 1:20
    কিন্তু আমি ব্লকলি (Blockly) ব্যৱহাৰ কৰিম, যিয়ে মানচিত্ৰ ৰূপী খণ্ড কিছু (blocks)
    ব্যৱহাৰ কৰে যাক তুমি প্ৰগ্ৰেম লিখাৰ বাৱে টানি আনি পেলাব (drag-and-drop কৰিব)
  • 1:20 - 1:25
    পাৰা। বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীবোৰেও এনে ভাৱেই
    মূল কথাখিনি শিকে। এইবোৰ ভিতৰত, তুমি আচলতে
  • 1:25 - 1:30
    কʼডেই সাজি আছা। যি সংকল্পনা বোৰ শিকিবা
    সেইবোৰ কম্পিউটাৰ প্ৰ্গ্ৰেম লিখক বোৰে দৈনন্দিন
  • 1:30 - 1:36
    ব্যৱহাৰ কৰে আৰু এইবোৰ পৰিকলন বিজ্ঞানৰ
    আধাৰ। প্ৰগ্ৰেম হʼল নিৰ্দেশ কেইটামানৰ এটা সংগ্ৰহ
  • 1:36 - 1:42
    যিয়ে কম্পিউটাৰক কি কৰিব লাগে কৈ দিয়ে। আহাঁ
    এটা কʼড বা প্ৰগ্ৰেম লিখোঁ যিয়ে এল্ছাক সহজ ৰেখা
  • 1:42 - 1:49
    এটা সাজিবলৈ সহায় কৰিব। আৰু জটিল চানেকি বনোৱাৰ বাৱে
    আমি এইটো পিছত ব্যৱহাৰ কৰিম। তোমাৰ স্ক্ৰীন খনক
  • 1:49 - 1:55
    তিনিটা প্ৰধাণ ভাগলৈ ভাঙা হৈছে। বাওঁফালে আছে
    বৰফৰ উপৰণিখন যত তুমি তোমাৰ প্ৰগ্ৰেমটো চলাবা।
  • 1:55 - 2:01
    প্ৰত্যেক স্তৰৰ নিৰ্দেশ বোৰ উপৰণি খনৰ ঠিক
    তলত লিখা আছে। এই মাজৰ ভাগটো
  • 2:01 - 2:07
    হʼল সঁজুলি বাকচ (toolbox), আৰু প্ৰত্যেকটো ব্লক হৈছে
    এটা কাৰ্য যোনটো এল্ছা আৰু আন্নায়ে কৰিব পাৰে। সোঁফালে
  • 2:07 - 2:12
    বগা ঠাই খিনি হʼল কাৰ্যস্থান (workspace),
    আৰু ইয়াতে আমি আমাৰ প্ৰগ্ৰেমটো বনাম।
  • 2:12 - 2:17
    বৰফৰ উপৰণিখনত ইফাল-সিফাল কৰাৰ কাৰণে, "Move Forward"
    (যা আগলৈ) ব্লকটো ব্যৱহাৰ কৰিবা। ইয়াতে, "Move
  • 2:17 - 2:24
    Forward" ব্লকটোত লিখা আছে, "move forward by 100
    pixels." আমি যেতিয়া ʼRun'-ত টিপি দিওঁ, কি হয়?
  • 2:24 - 2:30
    এল্ছায়ে স্ক্ৰীনত আগলৈ যায় এটা নিৰ্দিষ্ট পৰিমাণে,
    ১০০ পিক্ছেল প্ৰকৃততে! পিক্ছেল বোৰ মূলতে হʼল
  • 2:30 - 2:36
    তোমাৰ কম্পিউটাৰ স্ক্ৰীনৰ একেবাৰেই সৰু সৰু বৰ্গ।
    এই সাঁথৰটোৰ ভিতৰৰ আন ব্লকটোত লিখা আছে
  • 2:36 - 2:42
    "turn right by 90 degrees." আৰু আমি যেতিয়া এই "Turn
    Right" (ঘূৰ সোঁফালে) ব্লকটো ব্যৱহাৰ কৰো, ই এল্ছাক নিৰ্দিষ্ট
  • 2:42 - 2:47
    পৰিমাণে ঘূৰায়। তুমি অলপ চাব পাৰা এল্ছাক কিমান
    পৰিমাণে ঘূৰাব বিছাৰা। ঘূৰাৰ মাত্ৰা (angle বা কোণ)
  • 2:47 - 2:54
    এল্ছাৰ আগপিনে যোৱা দিশৰ পৰা জোখা হয়। সেয়ে
    এইটো এটা ৯০ ডিগ্ৰী পাক। আৰু এইটো এটা ১২০
  • 2:54 - 2:58
    ডিগ্ৰী পাক। মনত ৰাখিবা, পিক্ছেল আৰু ডিগ্ৰীৰ পৰিমানখিনি
    লগতে দিয়া শৰ কেইডালত ক্লিক কৰি
  • 2:58 - 3:00
    সলনি কৰিব পাৰা।
Title:
Frozen - Hour of Code Introduction
Description:

more » « less
Video Language:
English
Team:
Code.org
Project:
Hour of Code
Duration:
03:01

Assamese subtitles

Revisions