Return to Video

Saloni teaches If-Else statements with Scrat the Squirrel from Ice Age

  • 0:00 - 0:06
    এটা if-else (যদি-অন্যথা) বাক্য হʼল এটা নিৰ্ধাৰণ, দুটা বস্তুৰ মাজত।
    যেনে ধৰা, যদি (IF) স্ক্ৰেৎ নামৰ কেৰ্কেতুৱাটোয়ে
  • 0:06 - 0:12
    কাঠফলটো বিচাৰি পায়, তেন্তে তাৰ বৰ ফুৰ্তি। অন্যথা (ELSE) সি
    দুঃখী, আৰু বিচাৰি থাকে। এতিয়া চাওঁ আহা কেনেকৈ
  • 0:12 - 0:17
    আমি এটা if-else (যদি-অন্যথা) বাক্য ব্যৱহাৰ কৰিব পাৰো আমাৰ বন্ধু
    স্ক্ৰেতৰ লগত। এই block (খণ্ড)-টো "if" (যদি) block-টোৰ নিচিনা একেই দেখিবলৈ
  • 0:17 - 0:22
    কিন্তু ইয়াৰ তলৰ পিনত এটা অতিৰিক্ত অংশ আছে
    যত "else" (অন্যথা) লিখা আছে। মই যদি এটা "move forward" (যা আগলৈ)
  • 0:22 - 0:27
    block লগাওঁ যত লিখা আছে "do" (কৰ) আৰু এটা "turn left" (ঘূৰ বাওঁপিনে)
    block যত লিখা আছে "else" (অন্যথা), তাৰ মানে স্ক্ৰেৎ
  • 0:27 - 0:32
    কেৰ্কেতুৱায়ে আগলৈ যাব যদি আগলৈ পথ ("path ahead")
    আছে। যদি আগলৈ পথ ("path ahead") নায়,
  • 0:32 - 0:37
    স্ক্ৰেতে বাওঁপিনে ঘূৰিব ("turn left")। সি নিৰ্ধাৰণ এটা কৰিছে
    আৰু দুয়োটা কামৰ ভিতৰত এটা কৰিছে সেই নিৰ্ধাৰণৰ
  • 0:37 - 0:42
    ভিত্তিত। আৰু ঠিক "if" (যদি) block-ৰ নিচিনাকৈ,
    "repeat" (বাৰম্বাৰ কৰ) block-ৰ ভিতৰতো "if-else" block বোৰক
  • 0:42 - 0:46
    থব পাৰা। এতিয়া স্ক্ৰেৎ কেৰ্কেতোৱাটোক সহায় কৰো বোলা,
    কাথফলটো পাবলৈ!
Title:
Saloni teaches If-Else statements with Scrat the Squirrel from Ice Age
Description:

more » « less
Video Language:
English
Team:
Code.org
Project:
Hour of Code
Duration:
0:50

Assamese subtitles

Revisions